Surprise Me!

ডলফিন মানুহৰ বন্ধু; সজাগতা সৃষ্টিৰ লক্ষ্যৰে চম্পক শৰ্মাৰ হাতত প্ৰাণ পাইছে বিলুপ্তপ্ৰায় শিহুৱে

2026-06-25 3 Dailymotion

বাটৰুৱাক সজাগ কৰাৰ লক্ষ্যৰে ৭ফুট দৈৰ্ঘৰ ৭২ কিঃগ্ৰাঃ ওজনৰ বিলুপ্তপ্ৰায় ডলফিন সাজি নিজৰ কৃষি ভূমিত পাৰ্ক সজাৰ প্ৰয়াস এগৰাকী শিল্পীৰ, মিৰাজুল হকৰ প্ৰতিবেদন ৷